মদৰ বাবে দানৱৰূপী দেউতাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

মদৰ বাবে দানৱৰূপী দেউতাক

 

মদৰ বাবে দানৱৰূপী দেউতাক


ৰঞ্জু বৰদলৈ

কাৰ্বি আংলং


 পুৱাৰে পৰা দেউতাৰ হুলস্থূল। মাক জীয়েকে কিমান সহিব নিচাসক্ত দেউতাকৰ অত্যাচাৰ।

“মাজনী তুমি ইয়াৰ পৰা যোৱা গৈ।” 

   সেইদিনাও মাকক মাৰ-ধৰ কৰি থাকোঁতে জীয়েকৰ সহ্যসীমা হেৰাই গ’ল। তেতিয়াই দেউতাকৰ মূৰত পাছফালৰ পৰা এটুকুৰা দীঘল লোৰে মৰি দিলে। দেউতা মাটিত বাগৰি পৰিল।

   দেউতাক হ’লেও তেওঁ এজন ভাল দেউতাক নহয়, তেওঁ এজন অত্যাচাৰী, মদাহী, দানৱৰূপী দেউতাক।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages