ঘোচ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

ঘোচ

 

ঘোচ


স্বপ্নশিখা চুতীয়া

গোগামুখ


    ৰাতুল টকাৰ লোভত গুৰু গোহাঁই নমনা হৈ পৰিল। নতুনকৈ চাকৰি পাই অট্টালিকা সাজিলে। কাৰ্য়্যালয়ত টকা নিদিলে কোনো কামতে হাত নিদিয়ে। কথা আছে এশ গৰু মাৰিলে বাঘৰো মৃত্যু হয়। ৰাতুলৰ ক্ষেত্রতো একেই দশা হ’ল। হাতে লোটে ঘোচ লোৱাত ধৰা পৰি জেল হাজোত লৈ যাব লগা হ’ল।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages