কবিতা
ডেনী গাম
ঘাগৰ ঘাটত ৰৈ আছে!
নে
শুই আছে ঢেঁকীয়া ফুলৰ
মাজত...
মই যে যাব নোৱাৰিম তোমাৰ
দদগাং খাবলৈ
শোকাকুল সোৱণশিৰি পাৰ
উৰম আপিন খাবা
দূৰৈৰ পৰাই অলপ ফটিকা ঢালিছো
কান্দিবলৈ অলপ পানীয় লাগে অ’
কবি
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment