মাতৃত্ব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, January 31, 2025

মাতৃত্ব

  

মাতৃত্ব


জ্যোতিশিখা  দত্ত

জালুকবাৰী, গুৱাহাটী



   কোমল অকণমানি হাত এখনৰ স্পৰ্শ তাই সদায় বিচাৰি ফুৰিছিল। সেই হাতখনহে যেন তাইৰ কপালত নাছিল।

“ৰাধা, আজিৰ পৰা এৱেই তোমাৰ মা”...

“মা” বুলি ৩ বছৰীয়া ৰাধাই তাইৰ হাতখন খামোচ মাৰি ধৰিলে।

কোমল অকণমানি হাতখন আজি তাইৰ হাতৰ মাজত।

তাইৰ কপালত নথকা পোহৰকণ তাই নিজেই বিচাৰি উলিয়ালে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages