জোতা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
চেৰাশালীৰপৰা সমাধিলৈ
বহু যোজন বাট
সুখ দুখ প্ৰেম পিৰিতি হয় সহচৰী
সুখৰ চন্দ্ৰতাপ মুৰৰ ওপৰত
তাৰপৰা ওলাই বাট বুলিব গ’লে
জোতাযোৰ পিন্ধিবলৈ নাপাহৰিবা…
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
জোতা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
চেৰাশালীৰপৰা সমাধিলৈ
বহু যোজন বাট
সুখ দুখ প্ৰেম পিৰিতি হয় সহচৰী
সুখৰ চন্দ্ৰতাপ মুৰৰ ওপৰত
তাৰপৰা ওলাই বাট বুলিব গ’লে
জোতাযোৰ পিন্ধিবলৈ নাপাহৰিবা…
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment