ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

ফাগুন

 

ফাগুন


                  অমল দাৱ

           

কলিজাটো ওলমি আছেগৈ শিমলুডালত 


মেগেলা পতিয়া বুকু চিৰাচিৰ কৰি 

নৈ পৰীয়া বাঁহীৰ সুৰ এটি হৈ ভাঁহি ভাঁহি

আহাঁ মাৰোগৈ  মদাৰ ফুলীয়া হাঁহি


ৰিঙা ৰিঙা উদং উদাহ চিনাকী কাৰপুমপুলি নদীৰ পালতৰা চৈ 

বুকুৰ চেলেং ঘাট


গুমগুমাই উঠিছে পাগলী পৃথিৱী 

লেধিলৈ ধুলিৱৰি বাট


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages