প্ৰেমৰ পদ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

প্ৰেমৰ পদ্য

 

প্ৰেমৰ পদ্য


                  প্ৰদীপ দাস ঠাকুৰ


যাওঁ বুলি ক’লে উচাৎ মাৰি

গুচি যাব পাৰোঁ

লহিওৱা বেলিৰ ৰং

ভালপোৱা ৰঙৰ সৈতে একেই


মৰমসনা দুপৰীয়া এটা

নিজৰ নিজৰ লাগে কেতিয়াবা

অচিনাকি বাঁহীৰ সুৰ এটাই

দুচকু সেমেকাই তোলে অজানিতে।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages