কিয় এনেকৈ গুচি গ’লা?
বিপ্লৱ গোস্বামী
যাবলৈ ওলাইছে যদি কিয় আহিলা?
যদি যোৱাটোৱেই আছিল ইচ্ছা
কিন্তু এনেকৈ কিয় যাব?
দুৱাৰখন খোলা ৰাখিব পৰা গ’ল
মনৰ দুৱাৰত তলা লগোৱা কিয়?
যাব বিচাৰিছে, মোক বাধা নিদিব
কিন্তু এনেকৈ সুখী হ’ব নোৱাৰি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment