চাকনৈয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

চাকনৈয়া

 


চাকনৈয়া


                      হিতেন দাস

           ভৱানীপুৰ, বৰপেটা


জীৱনৰ অযুত আশা 

নৈৰ নীলা জলত

ডুবি থাকে

তথাপি দেখো জীৱন জীয়াৰ সপোন


পাল পাতি আমি পলাই যাওঁ 

জীৱনৰ মধুৰ ক্ষণৰ পৰা

ক্ষণিকৰ বাবে হ’লেও


কিন্তু! জীৱনে উভতাই নিয়ে 

আৰু আমি অভ্যস্ত হৈ পৰো

অঘোষিত জীৱন যুদ্ধৰ আখৰত 


Doksiri দকচিৰি, জুন, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages