সেন্দুৰীয়া খোজ
ৰূপম নাথ
ফুলগুৰি, নগাঁও
সেন্দুৰীয়া ৰাগ এটিৰ
অহা-যোৱা
বুকুৰ বাটেৰে —
থুনুক-থানাক দুটি খোজৰ
দীঘল হাতিপটি...
ৰৈ ৰৈ বাট চাই, সুৰৰ আগমনি
সেন্দুৰীয়া খোজৰ দুটি সাঁচে
বুকুত বাট কাটে।
Doksiri দকচিৰি, মে, ২০২৫
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment