বীজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

বীজ

 


বীজ


            ইলামণি শইকীয়া


যিমান ক’লেও তুমি নুবুজিবা বন্ধু

বিচ্ছেদত যিপাহ এজাৰ হালিজালি ফুলে

প্ৰেমৰ ভৰপকত তাৰেই বীজটো 

এজনে আনজনৰ 

বুকুত সংগোপনে গুঁজি দি আহে


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages