সম্ভৱতঃ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

সম্ভৱতঃ



 সম্ভৱতঃ 


                বিশ্বজিৎ শইকীয়া


গাঁওখনৰ একেবাৰে শেহ কেকুৰিটোলৈ গ’ড’ আহিব

সি গাঁওখনৰ কোনোবা এঘৰত এসাজ ভাত খাব

গাওঁখনৰ মানুহবোৰে ৰৈ থাকে গ’ড’লৈ

ভোকৰ ৰং দেখিছা?


গ’ড’ৰ ভোক মানুহৰ

গ’ড’ক মানুহ লাগে

গাঁওখন যিদিনা চহৰ হ’ব, সিদিনা গ’ড’ ক’লৈ যাব! 


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages