সাহিত্যৰ এক নতুন সূৰুয - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

সাহিত্যৰ এক নতুন সূৰুয

 


সাহিত্যৰ এক নতুন সূৰুয


                                            মিনু হাজৰিকা


সাহিত্যৰ এক নতুন সূৰুযৰ নাম

আনন্দৰাম বৰুৱা।


উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰৰ

পৰাই আৰম্ভ হ’ল আনন্দৰামৰ

এক শৈক্ষিক আন্দোলনৰ


কামৰূপ জিলাত উদয় হোৱা 

অসমে পালে ৰাজ্যখনৰ 


প্ৰথমজন গ্ৰেজুৱেট, 

প্ৰথমজন বেৰিষ্টাৰ আৰু

প্ৰথমজন আই চি এচ।


সাহিত্যৰ এক নৱজাগৰণৰ 

আৰম্ভ হ’ল।

এক বৰ্ণিল ক্ষণ...


১৭৫ বছৰীয়া জন্মজয়ন্তী

সাহিত্য সভাই শ্ৰদ্ধাৰে 

স্মৰণ কৰিলে বিশ্ববন্দিত্ 

পণ্ডিত গৰাকীক।


সৰ্বশাস্ত্ৰ বিশাৰদ বিদগ্ধ পণ্ডিত গৰাকীক

যুগে যুগে স্মৰণ কৰিব অসমে।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages