প্ৰত্যোপহাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

প্ৰত্যোপহাৰ

 

প্ৰত্যোপহাৰ


                        অৰ্চনা গীতা শইকীয়া 


বেলি ডুবাৰ পৰৰ সেই হেঙুল নৈসৰ্গিকতাৰ মই আমৰণ প্ৰেয়সী 

অথচ, প্ৰতিটো সূৰ্যাস্তই বুকুৰ আজলী ভাঁজত মোৰ বাবে বান্ধি আনে 

পৃথিৱীৰ সমস্ত আন্ধাৰ, আৰু মৃত্যু-সম নীৰৱতা।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages