ভাইৰেল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

ভাইৰেল

 

ভাইৰেল


পংকজ দাস
গহপুৰ 

                                         


: কি হৈছে ঐ মুখেশ্বৰী ?

ইমান মানুহ আজি  সিহঁতৰ ঘৰত ।


: নাজানো দেই। তাই চাগৈ ভাইৰেল হ’ল। নহ’লেনো ইমানবোৰ মানুহ আমাৰ গাঁৱলৈ আহে নে? তাই ৰিলছ  বনাই বনাই গাঁৱৰ মান সন্মান সকলো শেষ কৰিলে যেন হে পাইছো, 

 

: সন্ধিয়া নিউজত হে গম পাবি  ৰিলছ বাইদেউ ভাইৰেল হ’ল বুলি।

   সন্ধিয়া মুখেশ্বৰী জীয়েকে ফোন কৰি মাকক ক’লে - আমাৰ গাঁৱৰ ৰাধিকা বোৱাৰীয়েক লক্ষিমীৰে ADRE পৰীক্ষাত পাছ কৰিলে টিভিত দি আছে।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages