সাধনা
দীপাঞ্জলী তালুকদাৰ
গুৱাহাটী
দহৰ ভিতৰত সাত।
দহৰ ভিতৰত আঠ।
দহৰ ভিতৰত ন।
কেতিয়া সম্পূৰ্ণ নম্বৰ পাম?
“কমি যোৱা নম্বৰৰ লগত যুঁজি তাই নিজৰ পথ গঢ়িলে।”
“নম্বৰৰ তুলনাত শিকাৰ আগ্ৰহ যে বহুত বেছি।”
Doksiri দকচিৰি, জুলাই, ২০২৫
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment