বাৰিষাৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

বাৰিষাৰ কবিতা

 

বাৰিষাৰ কবিতা


                                 অনুভূতি গায়ন

                                            নগাঁও 

এন্ধেৰুৱা এজাক পানীয়ে

ঢাকি পেলাই তোমাৰ গাওঁ


ডিঙিলৈকে বুৰ গৈ থকা

চাংঘৰৰ মূধচত

বহি থাকে সপোন


পানীৰ তলত আধা সিজা ধানৰ ঠোক


মৰা মাছৰ গোন্ধে ভৰাই

আধাপেটীয়া ভোক


আইৰ শালৰ নাচনী জৰীত

আগবাৰিষাৰ ঢল


পিতায়ে পানী কাটি সাজি দিয়া

আলতীয়া আলি এটাৰে

তোমালোক গৈ থাকা


ৰৈ থাকে গাওঁ

বৈ থাকে জীৱন


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages