হাট
ভূমিকা লহকৰ
গুৱাহাটী
জুই হাটলৈ যাওঁ
আন্ধাৰ বাটেৰে
জুই হাটৰ জুই লৈ সোমাওঁ আন্ধাৰ গৃহত
জুই ভাত খাওঁ, জুই সাঁজ পিন্ধোঁ
জুই ঘুমটি মাৰো, জুই জুই গোন্ধাওঁ
আৰু ৰঙা হৈ উঠোঁ জুই ৰঙেৰে
তেজৰ ঘামেৰে
Doksiri দকচিৰি, আগষ্ট, ২০২৫
হাট
ভূমিকা লহকৰ
গুৱাহাটী
জুই হাটলৈ যাওঁ
আন্ধাৰ বাটেৰে
জুই হাটৰ জুই লৈ সোমাওঁ আন্ধাৰ গৃহত
জুই ভাত খাওঁ, জুই সাঁজ পিন্ধোঁ
জুই ঘুমটি মাৰো, জুই জুই গোন্ধাওঁ
আৰু ৰঙা হৈ উঠোঁ জুই ৰঙেৰে
তেজৰ ঘামেৰে
Doksiri দকচিৰি, আগষ্ট, ২০২৫
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment