সৈনিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 5, 2025

সৈনিক

 

সৈনিক


                ললিত দৈমাৰী

                      তেজপুৰ


দেশ মাতৃৰ সৈনিক বন্ধুলৈ

ভগৱন্তৰ থাপনাত প্ৰনাম জনাইছো।

প্ৰত্যেকজন সীমান্তৰ যুদ্ধাই

নিজৰ প্ৰাণক বিসৰ্জন দিব

তেওঁলোকে শিৰছেদ্য কেতিয়াও নকৰে,

বতাহৰ লগত উৰি থকা জাতীয় পতাকাখনি

ৰেডকিল্ফ বৰ্ডাৰত স্বাধীনভাৱে

নীলিম আকাশৰ পূৰ্ণাংগ 

তিনিবৰনীয়া ৰং যুক্ত হৈ

গেৰুৱা,শুকলা আৰু শ্যামল

ভাৰতবৰ্ষৰ প্ৰতিকীৰ্তি চিৰযুগমীয়া হ’ব।

দৰিদ্ৰ মাতৃৰ সন্তানে 

হাতত অস্ত্ৰ তুলি বীৰদৰ্পে 

পুত্ৰ ভাৰ্যাক ঘৰত নিৰাপদে ৰাখি 

বুকুত অদম্য শক্তি লৈ মহাসমৰত অৱতীৰ্ণ হৈছে।


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages