গঙ্গাটোপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

গঙ্গাটোপ



 গঙ্গাটোপ


                      হেমেন হাজৰিকা

                         কামৰূপ (ম)


দোকমোকালিতে আজি

এটা সপোন দেখিলো

এটা গঙ্গাটোপে

তাৰ পেটৰ বতাহখিনিৰে

মোক ফুৱাই দিলে।।

মই উৰি নগলো

বতাহজাক ৰুমটোত

ঘুৰি থাকিল।।

তাৰ দুৰ্গন্ধ যুক্ত বতাহে

মোক সজাগ আৰু

সচেতন কৰি তুলিলে

কালিলৈ।।


Doksiri দকচিৰি, জুলাই, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages