বিচ্ছেদ...
লখিমী শৰ্মা
গুৱাহাটী
জানো ! মানুহবোৰ সলনি হয়, কিন্তু তুমিও যে এদিন এনেকৈ সলনি হৈ যাবা সেয়া একেবাৰে কল্পনা কৰিব পৰা নাছিলো।
বুজিছো ! সময় সকলো শিকাই, কিন্তু তোমাৰ অবিহনে জীৱন জীয়াই থাকিবলৈ কোনে শিকাব, আজি তোমাৰ দৰে বৰষুণৰ সংজ্ঞা মোক কোনে দিব, তোমাৰ নামৰ সেই বিশেষ মেচেজটো আজি কোনে দিব।
এনেকৈ আপোনজনৰ আগত সলনি হোৱাকে বিচ্ছেদৰ আৰম্ভণি নকয় জানো। বুজিছো ! সলনিয়ে এদিন বিচ্ছেদৰ দুৱাৰ খুলিব।
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment