সিদ্ধান্ত
ৰেজিয়া চৌধুৰী
গুৱাহাটী
অতি যতনেৰে যতনাই ৰখা মণিকাজ্যোতিৰে উদ্ভাসিত মণিকোঠা, হঠাৎ ভগ্ন হৃদয়ৰ বিকট্ বিকট্ শব্দৰে ক্ৰন্দনৰ ৰোল জন অৰণ্যলৈ উফৰি পৰিল ! ক্ৰমাগত ক্ৰন্দনে উমি উমি জ্বলিল তুঁহ্ জুইৰে, কোনো কাৰণেও হৃদয়ৰ বাট প্ৰশম কৰিব পৰা নাই! মৃদু স্পৰ্শত, পুত্ৰৰ এৰাসুঁতি ক’ব নোৱাৰাকৈয়ে পিতৃৰ চকুলোৰে সেমেকি উঠিল! মনৰ সান্ত্বনাৰে সমাগত হ'ল এতিমখানা অভিমুখে !
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment