কানীন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, July 4, 2025

কানীন


 কানীন


প্ৰেৰণা ৰাজখোৱা


   কণমানি কেঁচুৱাটোৱে কান্দি থকা দেখি সুজাতাই ভাবিলে-তায়ো যদি এবাৰ তাৰ দৰে মুকলিমূৰীয়াকৈ কান্দিব পাৰিলেহেঁতেন..! কিন্তু..! তাইৰ একেবাৰেই অপ্ৰত্যাশিত আছিল, নিজৰ খুড়াকেই যে এদিন তাইৰ সন্তানৰ পিতৃ হ’ব! ঘৰত কোনো নথকাৰ সুযোগ লৈ সিদিনা যদি খুড়াকে...! মাক বিমলাই এন.জি.অ’.ৰ হাতত তুলি দিয়া সন্তানটোলৈ শেষবাৰৰ বাবে এবাৰ তাই চাই ল’লে..!!


ঠিকনাঃ

তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়


Doksiri দকচিৰি, জুলাই, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages