ভালপোৱাৰ সৰিয়হ ফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

ভালপোৱাৰ সৰিয়হ ফুল

 


ভালপোৱাৰ সৰিয়হ ফুল


                                                 কাৰ্চাং তাকাৰ

‎সেউজীয়া পাতৰ হাহিঁত কিমান ভেজাঁল

‎কোনো দিনেই দেখা নাই, মই!

‎অন্ততঃ

‎মই চুচৰিছো, ভাগৰিছো।

‎কোনেওঁ বুকুত হাত থৈ কোৱা নাই

‎আহা অলপ জিৰাওঁ, বাটৰ কথা অলপ পাতো বুলি

‎অথচ-

‎নিজান নৈ, যেন চৌচৌ

‎এতিয়াওঁ  উদং বুকুৰ খৰাং নৈ’ত,

‎ভালকৈ সিচিবই পৰা নাই

‎ভালপোৱাৰ সৰিয়হ ফুল।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages