বান্ধৱীৰ হাঁহি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

বান্ধৱীৰ হাঁহি

 


বান্ধৱীৰ হাঁহি


                    অম্লান পাংগিং

                        চৰাইদেউ


এপাহ ফুলক সুপ্ৰভাত জনোৱা

বান্ধৱীৰ স্বপ্ন!

প্ৰত্যেকদিনাই শুই উঠি চুমা খোৱা

বান্ধৱীৰ চকুলো!

ৰ'দ আৰু বতাহ 

বান্ধৱীৰ ভাগ্য!

এপাহ ফুলৰ জীৱন 

বান্ধৱীৰ হাঁহি!


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages