একুৰা জুইৰ কেনভাচ
পূৰৱী ফুকন
শিৱসাগৰ
মোৰ প্ৰিয় মানুহ জুবিন
তোমাক চিতাৰ জুইয়ে যেতিয়া দহিছিল মোৰ এনে লাগিছিল যেন এখন কেনভাচত
স্বয়ং শিৱ বাবাই গৰল পি আছিল
এতিয়া তাৰেই ছাঁইৰে
লিখিছোঁ কোৰাণ ভাগৱত বাইবেলৰ এটা মাথোঁ সাৰাংশ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment