নিয়তি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

নিয়তি

 

নিয়তি 


আয়শা ছিদ্দিকা

বাংলিপাৰা, বৰপেটা 

   

      তেওঁৰ কণমানি ছোৱালীজনীৰ মুখেৰে অনৰ্গল তেজ ওলাই আছে বুলি লৰালৰিকৈ চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত লৈ আহিল। ছোৱালীজনীক‌ তাতেই বহুৱাই ইটো কাউন্টাৰ পৰা সিটো কাউন্টাৰলৈ দৌৰি তত্ পোৱা নাই। তলৰ মহলৰ পৰা ওপৰৰ মহল। আকৌ ওপৰৰ পৰা‌ তলত দৌৰি আৱসৰ পোৱা নাই।

   তেওঁ আছিল হৃদৰোগত আক্ৰান্ত। হঠাৎ তেওঁৰ ক্লান্ত শৰীৰ প্ৰথম মহলৰ খটখটিৰ ওচৰত বাগৰি পৰে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages