শাৰদীয়
অমল দাৱ
বোকাখাত
ধানপাতে মেঘক আকোলিয়াই
বুকুত ঢৌ উঠি প্ৰেমৰ
কাৰ কপালে বয় টোপ টোপ নদী
প্ৰিয়ম নবজাবি মুৰুলী
বাউলী বৃন্দাবন
নিজান যমুনাৰ বালি ৰাধে পৰিব ঢলি
কণ্টকে বিন্ধীয়া পাৱ চলিতে নেপাৰি
অতি বিতোপন আজি
শাৰদীয় পূৰ্ণিমা ৰাতি
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment