১৪ নবেম্বৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

১৪ নবেম্বৰ

 

১৪ নবেম্বৰ


                         হেমেন হাজৰিকা

                             কামৰূপ (ম)


শিশু আৰু গোলাপ

যাৰ প্ৰিয়

তেওঁ ওপজিছিল।।

A letter from a father

to his daughter 

তেৱেঁই লিখিছিল।।

সাগৰ সাতুৰি 

তৰিম জয়ৰ পাল বুলি

তেৱেঁই কৈছিল

তেওঁ আমাৰ প্ৰধান মন্ত্ৰী 

আছিল প্ৰথম 

তেওঁ জৱাহৰলাল।।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages