তোমাৰ প্ৰেমতে এতিয়াও - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

তোমাৰ প্ৰেমতে এতিয়াও

 

তোমাৰ প্ৰেমতে এতিয়াও


                                                  প্ৰিয়াশ্ৰী নেওগ

                                                       বোকাখাত


এতিয়াও এনেকুৱা লাগে যেন 

তোমাৰ প্ৰেমতে মই বাৰে বাৰে 

বিধ্বস্ত হম আৰু 

শলখা মাৰি বুকুৰ ভিতৰত 

সুমুৱাই থম মোৰ আকলুৱা হৃদয়

তই বুলিলে জঁই পৰা যেন

তোমাৰ আলফুল প্ৰেমৰ নামতে 

মই বাৰে বাৰে উদং কৰিম 

মোৰ বুকুৰ ভিতৰ চ’ৰা 

বকুল বাগৰা মোৰ পদুলি মুখ 

খোজেপতি দল-দোপ হেন্দোল্-দোপ্

সপোনত।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages