ব্যৰ্থ প্ৰেমিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

ব্যৰ্থ প্ৰেমিক

 

ব্যৰ্থ প্ৰেমিক


                        সুভদ্ৰা পেগু


চিগাৰেটৰ ধোঁৱাৰ আঁৰত 

দুটি ৰঙা চকু…..

চকুপানী??

নাই; কাহানিবাই শুকাল

ৰিক্ত চকুৱেদি নিগৰা

বাৰিষাৰ বৰষুণজাক।

এতিয়া খৰাং চকুহালত

কেৱল খং আৰু অভিমান।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages