বদনাম
দীপালী বৰুৱা
উত্তৰ লক্ষীমপুৰ
ৰু ৰুৱাই জ্বলিছে মোৰ বদনাম
মানুহৰ মুখে মুখে
কুকুহাবোৰ উৰি ফুৰিছে
বতাহে বতাহে
মোৰ বুকুৰ বাহিৰে ভিতৰে।
কাৰণ….
“মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰাত
বন্দী।”
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬
বদনাম
দীপালী বৰুৱা
উত্তৰ লক্ষীমপুৰ
ৰু ৰুৱাই জ্বলিছে মোৰ বদনাম
মানুহৰ মুখে মুখে
কুকুহাবোৰ উৰি ফুৰিছে
বতাহে বতাহে
মোৰ বুকুৰ বাহিৰে ভিতৰে।
কাৰণ….
“মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰাত
বন্দী।”
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment