স্বাগতম
হেমেন হাজৰিকা
কামৰূপ (মেট্ৰ)
কেলেণ্ডাৰ সলাই
আন এখন লগাবৰ হ’ল ।।
আমি এক বছৰ বেছি
পুৰণা হ’লো।।
নতুন আশা
নতুন প্ৰত্যয়
নতুন প্ৰতিশ্ৰুতি
লোৱাৰ সময় ।।
সেই আপাহতে
চৌদিশে নতুনৰ আবাহন
সংকল্প লওঁ আহক
এটা বিশেষ কৰাৰ ।।
সেই প্ৰবাহক
স্বাগতম স্বাগতম।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment