সাধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

সাধু

 

সাধু


             অনুভূতি গায়ন


তেওঁ সুধিছিল

তোমাৰ বাৰু কেতিয়াও ভয় নালাগেনে?


মই নক’লো

তাহানিতে

ভঙা দলংখন পাৰ হ’ব নোৱাৰি ফেঁকুৰোতে

দেউতাৰ এটা ধমকতে

ভয়টো সৰকি

পানীত ডুব যোৱাৰ

শব্দ এটা যে শুনিছিলো।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages