অনুকল্প - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 4, 2026

অনুকল্প

 

অনুকল্প


               অংকুৰিতা ফুকন


১

প্ৰেম প্ৰেম বুলি সকলোৱে বিনায়

প্ৰেম-কাঁইটে বুকু বিন্ধিলে 

প্ৰেমাস্পদক কাঠগড়াত ঠিয় কৰায়…


২

আমি শৰীৰত সানি লোৱা ৰঙাখিনি কি

তেজ নে ৰং প্ৰেমৰ

যদি তেজ….

বোৱক এখন তেজাল নৈ

যদি প্ৰেম.…

আজন্ম থাকক আমাৰ ধমনীৰে বৈ…


৩

শেষ নপঢ়া কাহিনীবোৰৰ

শেষখিনি নিজৰ ধৰণে সজাই ল'ব পাৰি…


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages