লৃগাঙে মাতে ৰিঙিয়াই
যোগেশ্বৰ লাগাচু
লৃগাঙে মাতে
ৰিঙিয়াই
মোৰ
বুকুত ঢোলে
ৰজন্জনাই
ভগ্ন স্বপ্নৰ
সুৰ মিলাই
কোনে
অই নিঃতম গাই
হৃদয় গড়া
খহাই
ঢল বান
বাৰিষাই
সাতুৰিও
পাৰ নাপাই
গাতেও
তৰণি নাই
লৃগাঙে মাতে ৰিঙিয়াই ।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬
লৃগাঙে মাতে ৰিঙিয়াই
যোগেশ্বৰ লাগাচু
লৃগাঙে মাতে
ৰিঙিয়াই
মোৰ
বুকুত ঢোলে
ৰজন্জনাই
ভগ্ন স্বপ্নৰ
সুৰ মিলাই
কোনে
অই নিঃতম গাই
হৃদয় গড়া
খহাই
ঢল বান
বাৰিষাই
সাতুৰিও
পাৰ নাপাই
গাতেও
তৰণি নাই
লৃগাঙে মাতে ৰিঙিয়াই ।।
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment