দুটা কবিতা
প্ৰাণজিৎ মহন্ত
শুৱালকুছি, কামৰূপ
১
সকলো পুৰুষেই প্ৰেমিক
কোনোবা নাৰীৰ
সকলো ফুলেই প্ৰেমিক
কোনোবা পখিলাৰ
২
হয়
পছোৱা বলিছে
আজি আৰু একো নাই
ফাগুন ফাগুন সুখ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬
দুটা কবিতা
প্ৰাণজিৎ মহন্ত
শুৱালকুছি, কামৰূপ
১
সকলো পুৰুষেই প্ৰেমিক
কোনোবা নাৰীৰ
সকলো ফুলেই প্ৰেমিক
কোনোবা পখিলাৰ
২
হয়
পছোৱা বলিছে
আজি আৰু একো নাই
ফাগুন ফাগুন সুখ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment