কিছুমান ছবি
অনুভূতি গায়ন
গ্ৰীলৰ ধাৰাল বাহুৱে
টুকুৰা কৰা
কিছুমান আকাশ
আকাশত
সৰু-সৰু
কিছুমান চৰাই
সেই চৰাই চাবলৈ
এযোৰ চকুৱেই
যথেষ্ট নহয়
কিজানি!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬
কিছুমান ছবি
অনুভূতি গায়ন
গ্ৰীলৰ ধাৰাল বাহুৱে
টুকুৰা কৰা
কিছুমান আকাশ
আকাশত
সৰু-সৰু
কিছুমান চৰাই
সেই চৰাই চাবলৈ
এযোৰ চকুৱেই
যথেষ্ট নহয়
কিজানি!
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment