আদৰ্শ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

আদৰ্শ


 আদৰ্শ

পুষ্পাঞ্জলী গোস্বামী

চেনিকুঠী, গুৱাহাটী


“চৰক্, চৰক্……।”

    সদায় পুহৰি- পুহুৰি পৰতে আইতা সক্ৰিয় হৈ পৰে। কেনেকৈ পাৰে বাৰু ?

মইনো কিয় নোৱাৰিম ?

পুৰাদমে আৰম্ভ হ’ল যুঁজৰ প্ৰস্তুতি।

    আইতাকৰ পৰা পোৱা অণুপ্ৰেৰণাই গঢ় দিলে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages