কাকচাং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

কাকচাং


 কাকচাং 


                  অমল দাৱ


নিজৰাৰ সুৰে সুৰে শিল আৰু গছ

পাত বোৰে ৰাউচি জুৰে


হৰলাঙৰ ৰাগিত আকাশে বতাহে 

হাউৱাইন  গীটাৰৰ কৰ্ড বাজে


কোনোবা কাৰ্বি গাভৰুৰ উকিয়াই মতা মাত এখাৰীয়ে গছ বাহঁৰ আঁহ ফালি ৰিনি ৰিনি  ভাহিঁ আহে– নাং মান কপি ল


এই ফালৰ পৰা আমিও উকিয়াই গালো 

আচিন আয়াং মানে হ’ল বুকুৰে মৰম


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages