অতৃপ্তিৰ উশাহ
ধ্ৰুৱ জ্যোতি কলিতা
নলবাৰী
: কাষতে থকা বন্ধুলৈ চায় মই দুটকা বিচাৰিলোঁ, নিমিলে!
কেতিয়াবা ইমাণ নিমিলা হয়, আঠ টকা তোক দহ কৰিবলৈ দুটকাৰ যে কি প্ৰয়োজন!
: তোমাৰো যে নিমিলা তো থাকেই..
: কথাখিনিয়ে বিন্ধিলে, ভাবিলো খুদ নোখোৱাকৈ পেটত গামোছা কেনেকৈ বান্ধো
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment