ফাগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

ফাগুন


 ফাগুন

               

                 মিহিৰ মুকুল


ধৰি লোৱা 

মই এখিলা সৰাপাত —


ফাগুনৰ বতাহত কল্পনাৰ 

অলিয়ে-গলিয়ে ঘূৰি ফুৰা;


আৰু তুমি ফুলি আছা

পলাশৰ ৰঙ সানি,

মই উভতি যাব নোৱাৰা

স্মৃতিৰ এটা ডালত।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages