শব্দ বিহীন কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

শব্দ বিহীন কবিতা

 

শব্দ বিহীন কবিতা


                                ৰাহুল চেতিয়া

                                    চিলাপথাৰ


কবিতা!

কেনেকৈ লিখিম কবিতা!

কৰ পৰা আৰম্ভ কৰিম!

তাতে আকৌ মনত সাজ লগা

একোটা শব্দ বিহীন কবিতা!

তোমাৰ তেজাল ওঁঠৰ

গুলপীয়া পাতল লিপিষ্টিক

চকুৰ কাজল বোৰ

ডালিমগুটিয়া দাঁত বোৰ

নখৰ নিলপালিছ বোৰ  

ওঠৰ হাঁহিৰ নিজৰা বোৰ

এইবোৰেই দেখোন 

একো একোটা কবিতাৰ ছন্দ!

শব্দ বিহীন একোটা গদ্য

নাই কোনো ইয়াৰ পদ্য

সৱেহে কয় ইয়াক অবিভেদ্য….


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages