লৃগাং তুমি আকৌ আজি মোৰ চোতালত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

লৃগাং তুমি আকৌ আজি মোৰ চোতালত

 

লৃগাং তুমি আকৌ আজি মোৰ চোতালত


বিলিয়ম দলে

জ'নাই গালী


তুমি হাঁহিলেই 

মোৰ দুচকুত 

পলাশ ফুলে 

তুমি হাঁহিলেই 

মোৰ দুচকুত 

পলাশ ফুলে।


তুমি চালেই 

মোৰ দুচকুত 

শিমলু ফুলে নাচে।

তুমি চালেই 

মোৰ দুচকুত 

শিমলু ফুলে নাচে।


তোমাৰ আগমনেই 

সেউজ প্ৰাকৃতিৰ 

সলনিৰ নতুন দিশ।

আজি লৃগাঙে 

ঘৰৰ চোতালত পালেহি।

আজি লৃগাঙে 

ঘৰৰ চোতালত পালেহি।

আজি হিয়াৰ আমঠু 

আলি আ:য়ে লৃগাংক্ আদৰিছোঁ।


আজি আলি আঃয়ে লৃগাংক্ 

পুৰাং আপিন 

ঙচান, দিঞ্চান 

গুমৰাগ ঐ - নিঃতমেৰে আদৰিছোঁ 

আজি আলি আঃয়ে লৃগাংক্ 

পুৰাং আপিন 

ঙচান, দিঞ্চান 

গুমৰাগ ঐ-নিঃতমেৰে আদৰিছোঁ।

লৃগাং তুমি আকৌ 

আজি মোৰ চোতালত।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages