চিক্স চেন্স - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, March 31, 2026

চিক্স চেন্স

 

চিক্স চেন্স


শৰৎ হাজৰিকা

ৰঙাগড়া ঘাট, গোলাঘাট


  “আপোনাৰ বাইকখনৰ চকাটো পানীত পৰিলে একো

নহয়।”

  এটা অপ্ৰত্যাশিত বাক্যত সি থমকি ৰ’ল। প্ৰত্যুত্তৰত বাক্য প্ৰয়োগ কৰা মাৰ্চিডিছখনৰ চালকজনক তেওঁৰ গাড়ীখনহে তাৰফালে চপাই অনাৰ কথাটো ক’ব পাৰিলে। তাতকৈ সি একো ক’ব নোৱাৰিলে।

এটা ক্ষীপ্ৰ কুণ্ডলীৰ চিন্তাই তাক ক’লে — বাপু zen-Gৰ এইচামক কথাৰ উত্তৰ বেছিকৈ নিদিবা। অসুৰ, বন্যসুৰীৰ তেজ উথলি উঠিলে তোমাৰফালে আধ্যা পৰিব। সৰু হৈ তোমাৰেই ভুল বুলি ঘৰলৈ বাট লোৱা।”

   সেয়ে চিক্স চেন্সে তাক যি ক’লে সেইদৰেই সি বাইকত ষ্টাৰ্ট দি ঘৰমুৱা হ’ল।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages