অৰ্থ-অভিনৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 1, 2026

অৰ্থ-অভিনৱ

 

অৰ্থ-অভিনৱ


শৰৎ হাজৰিকা

ৰঙাগড়া ঘাট, গোলাঘাট


  আজিকালি কাকো একো ধৰিব নোৱাৰি। বুজিবলৈও বৰ কঠিন। ৰহস্যময়। যেন মকৰাজালৰ পাক। এয়া তাক সময়ে শিকাইছে। কিয়নো সি ভাবে মানুহৰ ওপৰত থকা বিশ্বাস আৰু ভৰসা মৰুদ্যানলৈহে পৰ্যবসিত হ’ল। শুকাই আহিছে মানুহৰ মানৱতা। উদাৰতা। কেৱল সকলোবোৰ চল — চাতুৰী আৰু স্বাৰ্থত আৱদ্ধ।

   আপাততঃ অভিনৱৰ ওপৰত থকা বিশ্বাস আৰু আত্মীকতাখিনি সৌৰভে কেতিয়াবাই মনৰ কুঠৰীৰ পৰা উলিয়াই পেলালে। তাক মিছা সজাই ৰাজহুৱা ককৰ্থনা কৰাৰ পাছত এতিয়া আৰু সি অভিনৱক “অভিনৱ” অৰ্থতহে স্হান দিলে।


Doksiri দকচিৰি, মাৰ্চ, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages