অহংকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 31, 2026

অহংকাৰ


 


অহংকাৰ


মিনিমা দাস

গুৱাহাটী4


জস্ৰ ধন সম্পতি অহংকাৰে তাৰ মূৰত হেচা মাৰি ধৰিছে।


কেৰেপ নকৰে।


ৰচোনৰ 


সেয়া দেখোন মোৰ চিনাকী।


আঢ্যৱন্তৰ পৰা পাচলি বিক্ৰেতা খাটিখোৱা একেখন ঠাইত!


দপ্‌দপ্‌কৈ জ্বলি মাটিৰ মানুহ মাটিত বিলিন হৈ পৰিল।


Doksiri দকচিৰি, জুন, ২০২৬



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages