জাবৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

জাবৰ


 জাবৰ


পুষ্পাঞ্জলী গোস্বামী

চেনিকুঠী, গুৱাহাটী


“যত মানে আবৰ্জনাবোৰ।”

   বোৱাৰীয়েকে তেওঁৰ প্ৰতি কৰা মন্তব্যত আজিকালি অভ্যস্ত তেওঁ।           

     জীৱনৰ চাৰিকুৰি বসন্ত গৰকা মানুহজনে অঞ্চলটোৰ এলেহুৱা বাসিন্দাসকলে য’তে ত’তে দলিয়াই পেলোৱা জাবৰবোৰ বুটলি চাফা কৰি পেলাইছিল।

    পুৰণি অভ্যাসটোৰে মানুহজনে আজি ‘আদৰ্শ নাগৰিক’ৰ বঁটা গ্ৰহণ কৰিলে।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages