শিৰৰ সেন্দুৰ
বিজুলতা পায়েং
গোগামুখ
নিজক সাজিকাচি ভাল পোৱা ৰিনিয়ে এক মাৰ্জিত ৰূপত সদায় বিদ্যালয়লৈ আহে।
সিদিনাখন তাইৰ মুখত মৰহি যোৱা ফুলপাহিৰ দৰে এক বিন্দু দেখা গ’ল।
লগৰজনীয়ে সূধিলত তাইৰ দুচকুত চকুলোৰে ভৰি পৰিল আৰু ক্ৰন্দনৰ মাতেৰে ক’লে “শিৰৰ সেন্দুৰটো নাই বাবে মোক বহুতে পুতৌলগা চাৱনি।”
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment