শক্তি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

শক্তি

 

শক্তি


মানসী শৰ্মা


“বিয়ালৈ নামাতিলা।”


“ছোৱালীজনীক নিজৰ বুলি ভাবেনে?”


সাজি সাজি উত্তৰ দিওতে তাই সাৱধান হয় মাতটো কঁপে বুলি।


কামুক সহকৰ্মী কেইজনৰ ফাইলবোৰে আজিকালি তাইৰ টেবুল নুশুৱাই।


ৰঙাখিনি স্থায়ী হৈ থাকোতে তাই বুজিবই পৰা নাছিল তাই যে কিমান সুৰক্ষিত আছিল।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages